Category: English News

ঝাৰখণ্ডত ধৰ্ষণৰ বলি বিদেশী পৰ্যটক…

ঝাৰখণ্ডত ধৰ্ষণৰ বলি বিদেশী পৰ্যটক…

ঝাৰখণ্ডত স্বামীৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ যুৱতীগৰাকীয়ে আগবঢ়াইছে ঘটনাৰ লোমহৰ্ষক বিৱৰণ৷ ঘটনাৰ দিনা ফাৰ্ণাণ্ডা নামৰ  যুৱতীগৰাকীয়ে স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুৰুমাহাট গাঁৱত দিনটোৰ ভাগৰৰ পাছত