Category: Entertainment News

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শীঘ্ৰে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিব মুম্বাই আৰক্ষীয়ে

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শীঘ্ৰে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিব মুম্বাই আৰক্ষীয়ে

গুৱাহাটী: দেওবাৰে প্রতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হ’ল বান্দ্রাৰ নিজৰ বাসগৃহত ৷ মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা