Category: Jobs – Assam Job Info

জিএমডিএ গুৱাহাটীত ২০টা পদ খালী

জিএমডিএ গুৱাহাটীত ২০টা পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ২৮ নৱেম্বৰ গুৱাহাটী মেট্র’পলিটান ডেভেল’পমেণ্ট অথৰিটী (জিএমডিএ)–এ ২০টা স্পেচিয়েলিষ্ট, মিড লেভেল, প্লেনাৰ আৰু জুনিয়ৰ লেভেল প্লেনাৰ পদৰ বাবে আবেদন বিচাৰিছে৷ স্পেচিয়েলিষ্টৰ খালী পদৰ সংখ্যা ৫টা৷ নিযুক্তিপ্রাপ্ত প্রার্থীক কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি মাহিলি ১,০০,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকলৰ হাইড্র’জি’লজীত স্নাতকোত্তৰ ডিগ্রী থাকিব লাগিব অথবা টেন্সপ’ট

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত পদ খালী

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ১ ডিচেম্বৰ পশ্চিম মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত ২টা গুৰুত্বপূর্ণ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ দুয়োটা পদৰ বাবে যোগ্য আৰু অর্হতাসম্পন্ন প্রার্থীয়ে অফলাইন আবেদন জনাব পাৰিব৷ যি দুটা পদত প্রার্থী নিয়োগ কৰা হ’ব সেই দুটা হ’ল কণ্ড্রোলাৰ অৱ এক্সামিনেচন আৰু ইউনিভাৰছিটী ইঞ্জিনীয়াৰ৷ দুয়োটা পদৰ বাবে প্রার্থীৰ বয়স হ’ব

ষ্টাফ ছিলেকচন কমিছনত আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ

ষ্টাফ ছিলেকচন কমিছনত আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ

প্রতি বছৰে ষ্টাফ ছিলেকচন কমিছন (এছএছচি) তৰফৰ পৰা বিভিন্ন নিয়োগৰ পৰীক্ষাৰ আয়োজন কৰা হয়৷ পৰীক্ষাত কৃতকার্যতাৰ পিছত দেশৰ বিভিন্ন চৰকাৰী সংস্থা, দপ্তৰ অথবা মন্ত্রালয়ত নিযুক্তি দিয়া হয় প্রার্থীসকলক৷ ২০২৪ চনত বিভিন্ন প্রতিযোগিতামূলক নিয়োগ পৰীক্ষাৰ আয়োজন কৰা হ’ব৷ ইতিমধ্যে কমিছনৰ ৱেবছাইটত পৰীক্ষা সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ ২০২৪–২৫ৰ বাবে প্রকাশিত বিজ্ঞাপন

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

✅আবেদনৰ অন্তিম তাৰিখ ২–৫ ডিচেম্বৰ আছাম পাব্লিক ছার্ভিচ কমিছনৰ তৰফৰ পৰা দুখন নিয়োগ সম্পর্কীয় জাননী জাৰি কৰা হৈছে৷ সেই অনুসৰি অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা সহকাৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনীয়াৰৰ পদ খালী হৈছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ সহকাৰী ইঞ্জিনীয়াৰ (চিভিল/মেকানিকেল/ইলেক্ট্রিকেল/ কেমিকেল)ৰ খালী পদ ৮১টা৷

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

🔴আবেদনৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ (আইআইই) গুৱাহাটীত ৭টা বিভিন্ন বিভাগৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ লীড, মেণ্টাৰ, ছিনিয়ৰ এগজিকিউটিভ আৰু ডাটা এণ্ড্রী অপাৰেটৰ পদসমূহ খালী হৈ আছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে আবেদন জনাব পাৰিব৷ লীড প্রজেক্টৰ খালী পদ ১টা৷ প্রার্থীসকলক মাহিলি ৩৯ হাজাৰ