Category: Jobs – Assam Job Info

Job Update: আইআইটি গুৱাহাটীত ৭ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২০ এপ্রিল

Job Update: আইআইটি গুৱাহাটীত ৭ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২০ এপ্রিল

আইআইটি গুৱাহাটী(Indian Institute of Technology Guwahati)ত খালী হৈছে ৭ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিIIT GuwahatiৰRegistrar (In-charge)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Deputy Registrar (1), Senior Medical Officer (1), Senior Security Officer (1), Junior Engineer (4)৷Deputy Registrar পদৰ প্রার্থী

JOB UPDATES: অসম ক্রিকেট সংস্থাত ২ পদ খালী

JOB UPDATES: অসম ক্রিকেট সংস্থাত ২ পদ খালী

অসম ক্রিকেট সংস্থা(Assam Cricket Association)ত খালী হৈছে ২ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিAssam Cricket AssociationৰSecretary–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী হোৱা পদ ২টা হৈছেJunior Engineer (1), Accounts Assistant (1)৷Junior Engineer পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তTechnical Instituteৰ পৰাCivil Engineeringৰ ডিপ্ল’মাধাৰী আৰুConstruction CompanyতSite Engineer হিচাপে

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Professor (8), Associate Professor (16) আৰ Assistant Professor (14) Professorৰ ৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Anthropology (1), Sanskrit (1), Physics (2), Zoology (1),