Category: Lifestyle

আজি ধনতেৰচ: কিয় পালন কৰা হ’য় এই ধনতেৰচ জানেনে ?

আজি ধনতেৰচ: কিয় পালন কৰা হ’য় এই ধনতেৰচ জানেনে ?

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত