Category: Sports News

ভাৰতীয় দলৰ হৈ  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ  গুৱাহাটীৰ অণিমা সোণোৱাল

ভাৰতীয় দলৰ হৈ  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ  গুৱাহাটীৰ অণিমা সোণোৱাল

গুৱাহাটী: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰিব গুৱাহাটীৰ অণিমা সোণোৱাল । অহা ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ মালয়েছিয়াৰ কুচিঙত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক এছিয়ান মাষ্টাৰ্ছ এথলীট