Category: Top News

বিবাহ বিচ্ছেদ হ’ল নেকি ছানিয়া মিৰ্জা আৰু ছোৱেব মালিকৰ ?

বিবাহ বিচ্ছেদ হ’ল নেকি ছানিয়া মিৰ্জা আৰু ছোৱেব মালিকৰ ?

উৰাবাতৰি বিয়পি পৰিছে যে টেনিছৰ চুপাৰষ্টাৰ ছানিয়া মিৰ্জা আৰু তেওঁৰ স্বামী ছোৱেব মালিক পৃথক হৈছে। পাকিস্তানী ক্ৰিকেটাৰ ছোৱেব মালিক আৰু ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই তেওঁলোকৰ ১২ বছৰীয়া বিবাহ সমাপ্ত