GUWAHATI: Singer Anurag Devgan released his latest music video ‘Raktaprabah’at Gauhati Press Club on Wednesday in presence of singer J P Das, singer Rupam Talukdar, poet Rita Baruah, journalist Gautam Sarma, journalist Debajit Bhuyan, singer Anupam Saikia and others. Speaking about the song release, singer J P Das said it
Category: Top News
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অৱ আছামৰ সৌজন্যত পাঞ্জাবাৰীস্থিত এছ’চিয়েছনৰ ৰিংকত সদৌ অসম ৰ’লাৰ স্কেটিং প্ৰতিযোগিতা ২০২১ আৰম্ভ হয়। ৰাজ্যৰ ১০ খন জিলাৰ পৰা অহা দুই শতাধিক স্কেটাৰে অংশ লোৱা এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগী সঞ্জীৱ নাৰায়ণ, অভিনেত্ৰী নিশিতা গোস্বামী, দেব কুমাৰ বৰুৱাৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি
FSS Season 8 শীৰ্ষক ছিনিয়ৰ Kid’s শাখাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰিমি দেৱীয়ে । কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ FSS season 8 ৰ ছিনিয়ৰ kidds শাখাত জয়ী হৈ বৰপথাৰৰ শিঙিমাৰী গাঁৱৰ বীৰ সিনহা আৰু লক্ষী দেৱীৰ ১২ বছৰীয়া জীয়াৰী ৰিমি দেৱীয়ে
আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বেংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে ঘৰলৈ আহিছে লাভলীনা ৷ শনিবাৰে বৰপথাৰৰ বাৰমুখীয়াৰ নিজা বাসগৃহলৈ আহিছে লাভলীনা বৰগোঁহাই । উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হৈছে লাভলীনা ৷
ইউটিউব কৰাৰ বাবেই কাল হ’ল হোজাই জয়ন্তীয়াবস্থিৰ এইগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ স্বামী বিদেশত থকাৰ সুযোগত মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা স্বামীৰ আত্মীয়ই ভাবুকি দি আহিছিল৷ মুছলিম মহিলা হৈ ইউটিউবৰ পৰা বিৰত থাকিবলৈ মহিলাগৰাকীক ভাবুকি দিছিল স্বামীৰ আত্মীয় সহ দুই যুৱকে ৷ যোৱা নিশা ঘৰত কোনো পুৰুষ নথকাৰ সুযোগত দুই যুৱকে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ