Advertisement

Category: Top News

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

যান–জঁটত অতিষ্ঠ মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই এই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উছর্গা কৰিব মুখ্যমন্ত্রী ড০

ডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

ডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

 সাময়িকভাৱে শান্তি বিৰাজ কৰা পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ পৰিছে৷ উগ্রপন্থী সংগঠন ডিএনএলএৰ নির্বিচাৰ গুলীচালনাত আজি জিলাখনৰ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলত নিহত হয় তিনিজনকৈ নিৰীহ ট্রাকচালক৷ উগ্রপন্থীৰ ১০–১৫জনীয়া দলে

উত্তপ্ত বোকাখাতৰ মেঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

উত্তপ্ত বোকাখাতৰ মেঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

 বোকাখাতৰ মেঠনি চাহ বাগিছাত (Methoni tea estate) উত্তপ্ত পৰিস্থিতি । বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত তীব্ৰ বিবাদ চলি থকাৰ মাজতে এক বিশেষ নিৰ্দেশনাই এতিয়া কঁপাই তুলিছে বাগিছা অঞ্চল ।

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা

ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

ৰঙিয়াত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড ৷ ৰঙিয়াৰ বিছেন্নালাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে উত্তপ্ত হৈ পিৰছে মহিলা গাৰীকৰ স্বামীৰ গৃহ ৷ স্বামীৰ গৃহত