Advertisement

Category: Top News

দিব্যাংগৰ পৰা একহাজাৰ টকা উপঢৌকন বিচাৰি নিলম্বিত সমাজ বিভাগৰ কৰ্মচাৰী

দিব্যাংগৰ পৰা একহাজাৰ টকা উপঢৌকন বিচাৰি নিলম্বিত সমাজ বিভাগৰ কৰ্মচাৰী

সমাজ কল্যাণ বিভাগত দুৰ্নীতি চলি আছে তাৰ পুনৰ প্ৰমাণ পোৱা গৈছে। বিশেষকৈ দিব্যাংগ সকলৰ আঁচনিৰ নামত কিদৰে একাংশ কৰ্মচাৰীয়ে টকা বিচাৰিছে তাৰেই এক অডিঅ’ ক্লিপ ফাদিল হৈছে। প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ