Advertisement

Category: Top News

পৰিয়ালৰ এজন আক্রান্ত হ’লে সংক্রমিত হয় সকলো সদস্যঃ জিএমচিএইচৰ অধ্যক্ষৰ সকীয়নি

পৰিয়ালৰ এজন আক্রান্ত হ’লে সংক্রমিত হয় সকলো সদস্যঃ জিএমচিএইচৰ অধ্যক্ষৰ সকীয়নি

এইবাৰ ভয়াৱহ ৰূপত আহিছে ক’ৰোনাৰ সংক্রমণ৷ যুৱচামক এইবাৰ ক’ৰোনাই সংক্রমিত কৰিছে৷ ক’ৰোনাত সংক্রমিত হোৱাৰ দুই–তিনি দিনতে আইচিইউলৈ নিবলগীয়া হৈছে৷ –এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ৷ সোমবাৰে