Advertisement

Category: Top News

এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

গুৱাহাটীঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি স্পর্শকাতৰ ৩০১নং ভোটগ্রহণ কেন্দ্র ইহখু মেম’ৰিয়েল স্কুলত এইবাৰ অসম বিধানসভা নির্বাচনত এটাও ভোট নপৰিল৷ অসম–নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ লুক্ট মণিপুৰী বস্তি নামৰ গাঁওখনত