Category: Top News

সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু

সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু

জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ লোকজনক নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ সাংবাদিক মনজিৎ