Advertisement

Category: Top News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা

উজনি অসমৰ উচ্চ শিক্ষাঅনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা সৃষ্টি হৈছে। নিৰ্বাচনত সাধাৰণ সম্পাদক পদত অৱৰ্তীন হোৱা শ্যামসুন্দৰ ভূঞা নামৰ এজন ছাত্ৰৰ বিৰুদ্ধে বিৰোধী পক্ষই আবেদন পত্ৰৰ বৈধতাক লৈ অভিযোগ

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনকলতা ভৱনত আজি অনুসূচীত জাতিৰ নৱাগত ছাত্র ছাত্রী সকলৰ আদৰণি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে এই গোটৰ মূখ্য প্ৰতিষ্ঠাপক সম্পাদক শ্রীযুত ভাৰত বনিয়াৰ লগতে সভাত সভাপতি আসন গ্রহণ