Guwahati, August 5: The city experienced nearly two hours of continuous rainfall on the evening of August 5, leading to severe waterlogging issues. The downpour exacerbated traffic congestion and posed
Category: Top News
মহানগৰীৰ জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা তীব্ৰবেগী বাহনৰ। আন এজন লোককো মহটিয়াই নিয়ে বাহনখনে । শ্ৰদ্ধাঞ্জলি উৰণসেতুত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01-BD-6171।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো। এই ফটো হৈছে জাগীৰোডত নিৰ্মান হব লগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নক্সা।
শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎসক। এটা চাইবাৰ চক্রই চিকিৎসকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎসকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে