মংগলবাৰে অগপৰ কাৰ্যলয় অনুষ্ঠিত হোৱা কার্য নিৰ্বাহক বৈঠকৰ অন্তত দলৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই সংবাদ মাধ্যমৰ আগত কার্য নিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ সম্পৰ্কে জনাই । দলৰ তৃণ মূল
Category: Top News
অনুষ্ঠানত যাদুকৰী বিক্ৰমে এটা বাকচৰ ভিতৰত বন্দী কৰি থলে ২০১৯ বর্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল । উক্ত বাকচত আছে সাতটা তলা । বাকচটোত থকা সাতটা তলা অসমৰ সংবাদ মাধ্যমৰ সাংবাদিক সকলে
হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷ পানবজাৰ আদৰ্শ প্ৰাথমিক স্কুল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ বুজ লোৱাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীৰ লগতো আলোচনাত মিলিত
নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে পুনৰ উথ্থাপিত হৈছে ধৰ্ষনৰ অভিযোগ ৷ পৰস্ত্ৰীক বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাটৰ বৰপকাৰ বিজেপি নেতা শ্বাহ আলমৰ বিৰুদ্ধে ৷ লম্পট বিজেপি
নলবাৰীঃ দৰিদ্ৰতা জীৱনৰ সীমা নহয়।মানুহৰ জীৱনত আশা থাকিব লাগে।আশাই মানুহক জীয়াই ৰাখে আৰু আশাই জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ। প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ