বৃহস্পতিবাৰেও নগাঁও আদালতত হাজিৰ হ’বলৈ সাহস গোটাব নোৱাৰিলে অনিল ৰাজাই । পূৰ্বৰ দৰে জামিনদাৰ যোগাৰ কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লুকা-ভাকু খেলি আদালতৰ সময় নষ্ট কৰিলে অনিল ৰাজাই । এই মন্তব্য
Category: Top News
বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা ৰকিবুল হুছেইনৰ । সাংবাদিকক অভব্য আচৰণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ । বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত কৰা অভব্য আচৰণক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা
শৰাইঘাটত দলংত নহয়, এইবাৰ মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেতুতে মেলিলে ফাট। উৰণীয়া সেতুখনৰ জি এছ ৰোড-পাঞ্জাবাৰী সংযোগী অংশত প্ৰত্যক্ষ হ’ল ফাট। ততাতৈয়াকৈ কাম আৰম্ভ কৰিছে গড়কাপ্তানী বিভাগে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
নগাঁৱত বদৰুদ্দিন আজমলৰ জুমুঠি দাহ । AJYCP য়ে দাহ কৰে জুমুঠি । ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী । আজমলক অপদাৰ্থ আখ্যা । Adil Shah report, Nagaon.
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত দুটাকৈ সংগঠনে তৰিলে গোচৰ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা