Exclusive Interview : মঙলদৈত বন্যাতৰ কাষত চিকিতসক ডাঃঅৰবিন্দ ডেকা ।

Exclusive Interview : মঙলদৈত বন্যাতৰ কাষত চিকিতসক ডাঃঅৰবিন্দ ডেকা ।

মঙলদৈত বন্যাতৰ কাষত চিকিতসক ডাঃঅৰবিন্দ ডেকা

গাঁঠিৰ ধনেৰে বিতৰন কৰিলে খাদ্য সামগ্রী

গ্রীন মঙলদৈ ক্লীন মঙলদৈ মন্ত্রৰে মঙলদৈ চহৰক সেউজীয়া কৰিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে সম্প্রতি প্রলয়ংকাৰী বানপানীত সৰ্বশান্ত হোৱা বানাক্ৰান্তৰ মাজত নামি পৰিছে চিকিতসক গৰাকী |নিজৰ ব্যক্তিগত প্রতিষ্ঠানত কাম বন্ধ কৰি বন্যাতৰ মাজত সোমাই পৰি চিকিতসক গৰাকীয়ে নিজৰ গাঁঠিৰ ধনেৰে মঙলদৈ আৰু ইয়াৰ উপকন্ঠ অঞ্চল সমূহৰ বানাক্ৰান্তৰ মাজত খোৱা পানী,ব্রেড,ফলমূল আদি বিতৰন কৰি মানৱতাৰ উতকৃষ্ট নিদৰ্শন দাঙি ধৰে | কিছুদিন ধৰি চিকিতসক গৰাকীয়ে মঙলদৈ চহৰ খনক সেউজীয়া কৰাৰ লক্ষ্যৰে চহৰখনত প্রায় পাচঁ শ জোপা গছৰ পুলি ৰোপন কৰি প্রতিপালন কৰি থকাতো সৰ্বজন বিদিত |চহৰখনৰ বানপিড়ীত অঞ্চল উপহুপাৰা,প্রফুল্লনগৰ ,নগৰবাহী,চাপৰি আদি অঞ্চলত এনেদৰে সেৱা আগবঢ়োৱাৰ বাবে ৰাইজে ভূয়সী প্রসংখ্যা কৰে |অহা দিনকেইটাত তেওঁ বন্যাতৰ মাজত তেওঁ আৰু কিছু সাহাৰ্য বিতৰন কৰিব বুলি সাংবাদিকৰ আগত সদৰি কৰে |

Desk Editor