নগাঁৱৰ বেঙেনাটিত সদৰ আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান।

নগাঁৱৰ বেঙেনাটিত সদৰ আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান।

নগাঁৱৰ বেঙেনাটিত সদৰ আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত 42 টা সন্দেহজনক হে’ৰইণ ভৰ্তি কন্টেনাৰ জব্দ।

এজনক আটক আৰক্ষীৰ, আটকাধীন লোকজনৰ নাম বাবুল আলী।

ধৃত বাবুলৰ ঘৰ নগাঁৱৰ বেঙেনাটিত বুলি জানিব পৰা গৈছে।

উল্লেখ্য ধৃত সৰৱৰহকাৰীটোৱে ভোমুৰাগুৰিৰ পৰা ক্ৰয় কৰি আনিছিল ড্ৰাগছখিনি।

আটকাধীন হে’ৰইণ খিনিৰ বজাৰ মূল্য মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

GTM Desk

Related