শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ

শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ

শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ।

গাড়ীৰ পৰা নামিয়ে ক’লে– ”GOOD AFTERNOON”।

কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িব নিকুৱে। নতুন ঠিকনা পাই এতিয়া নিকুৰ মুখত হাঁহি।

Shahnawaz Hamza