IPSৰ চাকৰি এৰি বিজেপিত যোগ দিয়া আনন্দ মিশ্ৰই নাপালে টিকট, এতিয়া কৰিব কি?

IPSৰ চাকৰি এৰি বিজেপিত যোগ দিয়া আনন্দ মিশ্ৰই নাপালে টিকট, এতিয়া কৰিব কি?

প্ৰকাশ পালে লোকসভা নিৰ্বাচনৰ বাবে BJPৰ পঞ্চমখন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকাত কেইবাগৰাকীও হেভিৱেট আৰু চেলিব্ৰিটীৰ নাম আছে। কিন্তু লক্ষ্যণীয়ভাৱে বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা টিকট নাপালে আনন্দ মিশ্ৰই। অৱসৰী IPS আনন্দ মিশ্ৰৰ গৃহ সমষ্টি বিহাৰৰ বাক্সাৰ। কিন্তু বাক্সাৰ সমষ্টিত BJPএ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মিথিলেশ যাদৱক।

উল্লেখ্য যে জানুৱাৰী মাহত বাক্সাৰ সমষ্টিৰ টিকট পোৱাৰ আশাৰে IPS ত্যাগ কৰিছিল আনন্দ মিশ্ৰই।

GTM Desk

Related