Advertisement

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি কৰি গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি কৰি গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি! গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়। প্ৰৱঞ্চক চক্ৰৰ সৈতে ৰায়ে কৰিছিল টকাৰ লেনদেন। এই তথ্য সদৰী কৰে জিলা আৰক্ষী অধীক্ষকে। ইতিমধ্যে গ্ৰেপ্তাৰ বিজনীৰ পংকজ দাস, চিন্ময় সৰকাৰ নামৰ দুই অভিযুক্ত।

Shahnawaz Hamza

Related