জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সৰ্বাত্মক কৰ্মবিৰতি

জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সৰ্বাত্মক কৰ্মবিৰতি

সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই মৰিগাওঁত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত মাননীয় চেট্ৰী কমিচনৰ পৰামৰ্শৱলী ভিত্তিত মহামহিম উচ্চতম ন্যায়ালৰ wp(C) 1022/89 গোচৰৰ 7/10/2009 তাৰিখৰ হুকুম সম্পূৰ্ণ ভাৱে কাৰ্যকৰি নকৰাৰ সন্দৰ্ভত আজি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট পালন কৰা লগতে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

মৰিগাঁওৰ পৰা মনোৰঞ্জন মহন্ত

GTM Desk