মৰিগাওঁ মাজমজিয়াত মৰিগাঁও জিলা ছাত্ৰ সন্থা বিক্ষোভ কাৰ্য্যসুচী

মৰিগাওঁ মাজমজিয়াত মৰিগাঁও জিলা ছাত্ৰ সন্থা বিক্ষোভ কাৰ্য্যসুচী

 

মৰিগাঁৱ মাজমজিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাও চৰকাৰে লোৱা হতকাৰী সিদ্ধান্ত বাবে আজি মৰিগাঁৱ মাজমজিয়াত আকাশ বতাহ কপাই চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰা লগতে
মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ নিয়া অসম চৰকাৰ হায় হায়.. আদি শ্লোগানেৰে মৰিগাওঁ ছাত্ৰ সন্থাই কপাই তোলে মৰিগাওঁ মাজমজিয়াৰ।

 

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত

Shahnawaz Hamza