মা তুমি যতেই আহা, সোনকালে আমাৰ কাষলৈ আহা
অসমীয়া ভাষা–সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তৰ মৃত্যু অসমৰ বাবে, অসমৰ সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। দেৱেন দত্তৰ বিয়োগৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নগ্ন স্বৰূপ উদঙাই এবটল
শ্ৰীমদ্ভাগৱত গীতা হৈছে ভাগৱত হিন্দু ধৰ্মৰ বহুমূলীয়া গ্ৰন্থ। য’ত ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক বহু উপদেশৰ কথা কৈ গৈছে । ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা কথাবোৰ কলিযুগৰ মানুহৰ জীৱনশৈলীৰ লগত সম্পূৰ্ণ মিল আছে। ভাগৱত গীতাৰ বাক্য বা উপদেশ যদি আমি আমাৰ জীৱনত পালন কৰো তেন্তে জীৱনৰ সফলতাৰ পৰা কোনেও আমাক বাধা
মহাভাৰতৰ অন্যতম অংশ শ্ৰীমদ্ভাগৱত।শ্ৰীমদ্ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই জীৱনৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰিছে। গীতাৰ কথাবোৰ সঠিকভাৱে পালন কৰিলে সফলতাৰ পথ বিচাৰি পাব পাৰি। সেইবাবেই আমাৰ সকলোৰে বাবে গীতা পঢ়াটো অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো গীতাৰ জ্ঞান জীৱনৰ সফলতাৰ মূল ভেটি। গীতাত বৰ্ণিত ভগৱান শ্ৰীকৃষ্ণৰ পাঁচটা বাক্য জানো আহক। আজি আমি গীতাৰ মূল পাঁচটা পদ
চেনিক প্ৰায়ে আমাৰ স্বাস্থ্যৰ শত্ৰু বুলি কোৱা হয়। কাৰণ, অত্যধিক মিঠাই আপোনাৰ দাঁতৰ ক্ষতি কৰিব পাৰে আৰু আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি অত্যধিক চেনি খোৱাটো মেদবহুলতা, ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ আৰু বিপাকীয় বিকাৰৰ সৈতে জড়িত বুলি কোৱা হৈছে। গতিকে,