গ্ৰীষ্ম কালৰ আগমণৰ লগে লগে ছালৰ ভিন্ন ৰোগে দেখা দিয়ে । গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?গ্ৰীষ্মকালত ছালৰ যত্ন লোৱাটো যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে সেয়েহে গৰম দিনত
শিৱসাগৰত সম্প্ৰতি ভয়ংকৰ ৰূপত শিপাবলৈ ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ ৰূধিবলৈ ন ন প্ৰতিৰোধমুলক প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতেই শিৱসাগৰত সুন্দৰী যুৱতীৰ বেশেৰে পেলোৱা জালত জিলাখনৰ
মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ’ল ৭ গৰাকীকৈ লোকক। আহত হ’ল ১২ গৰাকী লোক। নিহতসকল ক্ৰমে, পবেন মৰাণ (ড্ৰাইভাৰ), মিহিধৰ নেওগ,
শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক
বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা। দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা