বাতবিষ কি? এই বিষাদজনক প্ৰদাহজনিত বাতবিষৰ ৬টা লক্ষণ জানি লওক …

বাতবিষ কি? এই বিষাদজনক প্ৰদাহজনিত বাতবিষৰ ৬টা লক্ষণ জানি লওক …

বাতবিষ গাউট ইউৰিক এচিডৰ স্ফটিক জমা হোৱাৰ ফলত হয়। যদি ইয়াক অৱহেলা কৰা হয় তেন্তে এই অক্ষম আৰু যন্ত্ৰণাদায়ক অৱস্থাটোৱে গাঁঠিৰ অৱক্ষয় ঘটাব পাৰে আৰু অতি অপ্ৰীতিকৰ হ’ব পাৰে। আপোনাৰ ভৰিৰ ডাঙৰ আঙুলিৰ গাঁঠিটো সঘনাই বাতবিষ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। কিন্তু ই আপোনাৰ কঁকাল, হাত, হাতৰ কব্জি, গোৰোহা, আঁঠু, ভৰিৰ

ওজন হ্ৰাসৰ বাবে মহৌষধ কিচমিচৰ পানী! খাওক এনেদৰে

ওজন হ্ৰাসৰ বাবে মহৌষধ কিচমিচৰ পানী! খাওক এনেদৰে

কিচমিচ এবিধ উকৃষ্ট শুকান ফল। কিচমিচ তিয়াই থোৱা পানী খালে মানুহৰ শৰীৰে বহু উপকাৰ লাভ কৰে। তিয়াই থোৱা কিচমিচত থকা ভিটামিন, খনিজ পদাৰ্থ, আঁহ আদি সকলোবোৰেই আমাৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণে উপকাৰ সাধন কৰে। কিচমিচত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যিয়ে আপোনাৰ কোষক বিপজ্জনক পদাৰ্থৰ পৰা ৰক্ষা কৰে। কিচমিচত ফেৰুলিক এচিড,

সাপ্তাহিক কলংপাৰ কাকতৰ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ

সাপ্তাহিক কলংপাৰ কাকতৰ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ

নিউজ ব্যুৰ’,নগাঁও,১৯আগষ্ট:–নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক “কলংপাৰ” কাকতে শুক্ৰবাৰে পদাৰ্পণ কৰিলে ২৫তম বৰ্ষত। ১৯৯৯ চনৰ ১৮ আগষ্টত প্ৰতিষ্ঠাপক তথা প্ৰয়াত সম্পাদক বলেন বৰাৰ সম্পাদনাত প্ৰকাশিত সাপ্তাহিক “কলংপাৰ”কাকতে বহু ঘাত-প্ৰতিঘাত নেওচি ২৪ টা বৰ্ষ অতিক্রমী ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ।বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা ৰূপালী জয়ন্তী

নগাঁৱৰ কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

নগাঁৱৰ কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

নিউজ ব্যুৰ’,নগাঁও,১৯আগষ্ট:–বীৰ লাচিত সেনা অসম নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কামপুৰ আঞ্চলিক সমিতি,কামপুৰ আঞ্চলিক যুৱক সমাজ আৰু সামাজিক অনুষ্ঠান আছ-পাছৰ সহযোগত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সভাগৃহত শনিবাৰে এখনি ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হয়। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত

AJP ত্যাগ কৰি BPFত যোগ দিলে কাষ্টম বসুমতাৰীয়ে

AJP ত্যাগ কৰি BPFত যোগ দিলে কাষ্টম বসুমতাৰীয়ে

অসম জাতীয় পৰিষদ ত্যাগ কৰিলে কাষ্টম বসুমতাৰীয়ে। লুৰীণজ্যোতি গগৈৰ সংগ ত্যাগ কৰি হাগ্ৰামা মহিলাৰীৰ বি পি এফত যোগ দিলে বসুমতাৰীয়ে। এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল কাষ্টম বসুমতাৰী।