সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়।আৰ এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল।( Religious Studies ) মেঘ ৰাশি- এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়।এই ৰাশিৰ লোকে
আমাৰ বহুতৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি কফি খোৱাৰ অভ্যাস আছে। কফিপ্ৰেমীসকলৰ মতে, কফিয়ে আলসতা দূৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে।কিন্তু আপুনি জানেনে অত্যাধিক কফি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ? শেহতীয়া এক অধ্যয়নত প্ৰমাণ পোৱা মতে, অধিক কফি খোৱাটোৱে ডিমেনচিয়াৰ আশংকা বৃদ্ধি কৰে।৬ কাপতকৈ অধিক কফি খালে হৃদযন্ত্ৰৰ ষ্ট্ৰ’ক, উচ্চ
স্বাস্থ্যৱান হৈ থাকিবলৈ আমাৰ শৰীৰৰ ওজনৰ গুৰুত্ব কি, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।কিন্তু খুব কম লোকেহে জানে যে বয়স অনুসৰি আমাৰ শৰীৰৰ ওজন কিমান হ’ব লাগে। যদি বয়স অনুসৰি ওজন কম বা বেছি হয়, তেনেহ’লে বহু স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে। সঠিক ওজনে আমাৰ শৰীৰক বহু প্ৰকাৰৰ ৰোগৰ পৰা
লালকিল্লাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী INDIA গোটক প্ৰত্যাহ্বান জনাই কৈ গ’ল আগন্তুক বৰ্ষত আকৌ স্বাধীনতা দিৱসত পুনৰ লালকিল্লালৈ আহিব আৰু এটা বছৰৰ খতিয়ান দাঙি ধৰিব। উল্লেখ্য যে, দশমবাৰৰ বাবে লালকিল্লাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ ভাষণ আগবঢ়ালে। এই ভাষণৰ মাজতে তেওঁ বিৰোধী INDIA
লেইলা শেঠ, যিয়ে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল। লগতে এয়াও দেখুৱাই দিছিল যে ভাৰতীয় নাৰীযেও আইনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। লেইলা শেঠৰ জন্ম হৈছিল ১৯৩০ চনৰ ২০ অক্টোবৰত লক্ষ্ণৌ চহৰত।১১ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল লেইলাই। তাৰপাছতেই লেইলাই সন্মুখীন গৈছিল আৰ্খিক সংকটৰ। আৰ্থিক সংগ্ৰামৰ পাছতো তেওঁ দাৰ্জিলিঙৰ