শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক
বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা। দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা
পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ শুকুৰবাৰে শিলচৰৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৃথক বৰাক গঠনৰ দাবীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়
🔴শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ 🔴৪ দিনৰ মূৰত উদ্ধাৰ কৃষ্ণা বাছফৰ নামৰ কিশোৰটিৰ মৃতদেহ 🔴NDRFৰ অভিযানত উদ্ধাৰ কিশোৰটিৰ মৃতদেহ 🔴বাকী দুগৰাকী কিশোৰৰ সন্ধানত অব্যাহত NDRFৰ অভিযান
নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্তেম্বৰ:– সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসটি মৰিগাঁৱতো বুধবাৰে দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে মৰিগাঁৱৰ নিপুণ ডেকা স্মৃতি সদনত পুৱা ৯ বজাত কবি সন্মিলনৰ পতাকা উত্তোলন