চাকৰিৰ পিছত নদৌৰি সীমিত মূল ধনেৰেও হ’ব পাৰি স্বাৱলম্বী

চাকৰিৰ পিছত নদৌৰি সীমিত মূল ধনেৰেও হ’ব পাৰি স্বাৱলম্বী

চাকৰিৰ পিছত নদৌৰি সীমিত মূল ধনেৰেও হ’ব পাৰি স্বাৱলম্বী। আদৰ্শ দেখুৱাইছে লখিমপুৰৰ শিক্ষিত যুৱক, প্ৰাক্তন সাংবাদিক দীপাংকৰ শইকীয়াই। এসময়ত আগশাৰীৰ সংবাদ গোষ্ঠীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল দীপাংকৰ শইকীয়া। তাৰ পিছত তেওঁ যোগদান কৰে Wiproৰ দৰে বহুজাতিক কোম্পানীত ৷ ইয়াৰ মাজতে নিজেই কিবা এটা কৰাৰ সপোন পুহি ৰাখিছিল দীপাংকৰে। সপোনৰ পম