বিগ ব্ৰেকিং নিউজ হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত দেখা গল ড০ হিমন্ত বিশ্ব শৰ্মাক। মাজনিশা আহি জালুকবাৰী – ভৰলুমুখ পথ মেৰামতিৰ বুজ ললে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেওবাৰে পুৱা 4.30 বজাত মুম্বাইৰ ককিলাবেন হাস্পতালত,ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দিখৌ নৈৰ দলঙৰ পৰা এগৰাকী মহিলাই জাঁপ দিয়াৰ পিছতে উত্তেজনা ৰ সৃষ্টি হয় নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। নৈত সন্ধানহীন মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাতপট্টিত।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটো সংঘটিত হয় টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীত। ট্ৰেভেলাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীৰ কাষতে। দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত যাত্ৰীসহ ট্ৰেভেলাৰ আৰু বাইক লগে লগে বাগৰি পৰিল ঐতিহাসিক বাদুলীপুখুৰীত। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ। বোকাখাতৰ টিপুজান চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকীটো। নাহৰফুটুকীটো প্ৰায় তিনিদিন পূৰ্বে হত্যাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন বিভাগৰ। স্থানীয় ৰাইজে মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।