||VIDEO||AJYCP Torch Rally in Nagaon

||VIDEO||AJYCP Torch Rally in Nagaon

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত জোঁৰ সমদল ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া উত্তাল হৈ পৰে নগাঁও জিলা । জিলাখনৰ নগাঁও চহৰ আৰু ৰাইদঙ্গীয়াত AJYCP য়ে জোঁৰ সমদল বাহিৰ কৰাৰ বিপৰীতে কৃষ্ণাইখাট অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । ইফালে এই বিধেয়ক গৃহীত কৰিলে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও হুংকাৰ প্ৰদান কৰে জাতীয়- জনগোষ্ঠীয় সংগঠনসমূহে ।

Adil Shah report, Guwahati Times.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.