নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট :–সদ্যপ্ৰয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী,অভিনেতা, পৰিচালক,সু-বাদ্যযন্ত্ৰী তথা বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী উমেশ শইকীয়াৰ আদ্যশ্ৰাদ্ধ নগাঁও জিলাৰ ঐতিহাসিক ফুলগুৰি অঞ্চলৰ উত্তৰ পেটবঢ়াত অনুষ্ঠিত হৈ যায় । আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত শইকীয়াৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক গোষ্ঠী আৰু বনচাইৰ উদ্যোগত পৰিয়ালৰ সহযোগত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত “উমেশ
নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট:– ৰাজ্যজুৰি শনিবাৰে পালন কৰা হয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৩ সংখ্যক মৃত্যু দিৱস । অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ মৃত্যু তিথিত ৰাজ্য চৰকাৰে প্ৰতিবছৰে লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে । সেই উদ্দেশ্যে শনিবাৰে নগাঁৱতো পালন কৰা হয় লোককল্যাণ দিৱস । নগাঁৱৰ জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত লোককল্যাণ দিৱসত উপস্থিত থাকে
এজন ব্যক্তিৰ মগজুৱে চৌবিশ ঘণ্টাই একেৰাহে কাম কৰি থাকে। দীঘলীয়া সময় ধৰি নিৰন্তৰ কাম কৰাৰ বাবে মগজুটোক বিভিন্ন সময়ত বিভিন্ন ৰোগে আক্ৰান্ত কৰে। এই ৰোগ সমূহৰ এক অন্যতম ৰোগ হ’ল ‘ব্ৰেইন টিউমাৰ’ অথবা মগজু বা মস্তিস্কৰ টিউমাৰ। যেতিয়াই মস্তিস্কৰ টিউমাৰ বিকশিত হয়, শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে। যদি
সকলো মানুহেই শণিদেৱতাৰ নাম শুনিলেই মনে মনে বহুত ভীতিগ্ৰস্থ হয়। ইয়াৰ মূলতে হৈছে-শণিদেৱতা সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি খঙাল., উগ্র., প্ৰতাপী দেৱতা..। যাৰ ওপৰত শণিদেৱতাৰ কোপদৃষ্টি পৰিব তেওঁৰ জীৱন ধ্বংস হয় যায়। কিছুমান লোকে নৱগ্ৰহৰ ভিতৰত সূর্যক ৰজা আৰু শণিক ভৃত্য বুলি কব বিচাৰে। কিন্তু মহৰ্ষি কাশ্যপে=শণি স্তুতি আৰু শণি
কেশৱ কমলাকান্ত অনন্ত অনাদি ৷ নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ বাদী ৷৷ ভগৱান অনন্ত গুণৰাশিৰ মূৰ্ত্তি ৷ তেওঁৰ অৱতাৰী লীলাত গুণবোৰ প্ৰকাশ পায় ৷ তেওঁৰ গুণবিলাকহে হৰি নাম বোলা হয় ৷ ভগৱানৰ নাম কেশৱ-ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰো পৰমেশ্বৰ ৷ কইশ পদে ব্ৰহ্মা,বিষ্ণু-মহেশ্বৰ ,ৱপদে নাৰায়ণ ,তিনিকো আছয় চান্দি এহিহেতু কেশৱ বোলয় কমলাকান্ত—লক্ষ্মীপতি মাধৱ ৷