হোষ্টেল আৰু পেয়িং গেষ্টত শিক্ষাৰ্থীয়ে দিব লাগিব ১২ শতাংশ GST!

হোষ্টেল আৰু পেয়িং গেষ্টত শিক্ষাৰ্থীয়ে দিব লাগিব ১২ শতাংশ GST!

এইবাৰ খৰচ বাঢ়িব শিক্ষাৰ্থীসকলৰ। হোষ্টেল অথবা পেয়িং গেষ্টত থাকিবলৈ হ’লে দিব লাগিব ১২ শতাংশ পণ্য আৰু সেৱা কৰ (GST)। কালি কৰ্ণাটকৰ এডভান্স ৰুলিং বেঞ্চে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশ অনুসৰি হোষ্টেলত থকাৰ ভাড়া আৰু পেয়িং গেষ্টৰ ক্ষেত্ৰত এতিয়া ১২ শতাংশ জি এছ টি অথবা পণ্য আৰু সেৱা কৰ প্ৰয়োগ কৰা

৭ আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনু

৭ আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনু

১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ চলিব মিছন ইন্দ্ৰধনুৰ দ্বিতীয় পৰ্যায় ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ চলিব মিছন ইন্দ্ৰধনুৰ তৃতীয় পৰ্যায় প্ৰতিমাহে ৬ দিনত ৩টা পৰ্যায়ত চলিব এই অভিযান

সোমবাৰৰ পৰা ভুৱা ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ’ব অভিযান

সোমবাৰৰ পৰা ভুৱা ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ’ব অভিযান

এই অভিযানত যিসকল শিক্ষকৰ ডিগ্ৰী ভুৱা প্ৰমাণিত হয় তেওঁলোকে চাকৰি হেৰুওৱাৰ উপৰিও জে’ল যাত্ৰাও কৰিব লাগবি। ইতিমধ্যে শিক্ষাবিভাগে ডিগ্ৰীৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰি নিজাববীয়াকৈ প্ৰস্তুত কৰিছে তালিকা। এই তালিকাৰ ভিত্তিতে জিলাই জিলাই সোমবাৰৰ পৰা আৰম্ভ হ’ব অভিযান।উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট,

১১ আগষ্টত আনুষ্ঠানিকভাবে মুকলি কৰা হব আমিনগাঁও বেডমিণ্টন ষ্টেডিয়াম

১১ আগষ্টত আনুষ্ঠানিকভাবে মুকলি কৰা হব আমিনগাঁও বেডমিণ্টন ষ্টেডিয়াম

🔷 নিশা ষ্টেডিয়ামখনৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 🔷 সাজু হৈ উঠিছে মুঠ ১৬খন কৰ্ট, ব্যৱস্থা আছে ৩ হাজাৰ ৫০০ দৰ্শক বহিব পৰা গেলেৰীৰ 🔷 লগতে সাজু কৰা হৈছে ৬৪ জন খেলুৱৈ আৰু ২০ গৰাকী প্ৰশিক্ষকৰ বাবে উন্নত মানৰ আবাসগৃহ

আপোনাৰ এই ভুলে জীৱনলৈ মাতিব পাৰে ভয়ংকৰ বিপদ

আপোনাৰ এই ভুলে জীৱনলৈ মাতিব পাৰে ভয়ংকৰ বিপদ

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো দিশ আৰু প্ৰতিটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰে পাকঘৰত যথেষ্ট প্ৰভাৱ পেলায়। পাকঘৰৰ পৰা মুকলি হোৱা শক্তিয়ে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কাৰণ পাকঘৰত ৰন্ধা খাদ্য ঘৰৰ সকলোয়ে খায়। ই ঘৰটোৰ অৰ্থনৈতিক