বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ পাছতে জ্বলি উঠিছে হাৰিয়ানা…

বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ পাছতে জ্বলি উঠিছে হাৰিয়ানা…

সোমবাৰে বিজেপি শাসিত হাৰিয়ানাৰ নোহ জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এই পৰ্যন্ত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। এই চাৰিজন লোকৰ ভিতৰত আছে দুজন হোমগাৰ্ড, এজন ইমাম আৰু এজন সাধাৰণ নাগৰিক। ইয়াৰে ইমামগৰাকীৰ মৃত্যু হৈছে গুৰগ্ৰামত। নিহত ইমামগৰাকীৰ সৈতে আন এগৰাকী ব্যক্তিক সোমবাৰে নিশা নিৰ্মীয়মান এটা মছজিদৰ বাহিৰত এটা দুৰ্বৃত্তৰ দলে

ধেমাজিত জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ৪ জনৰ মৃত্যু

ধেমাজিত জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ৪ জনৰ মৃত্যু

ধেমাজিত পুনৰ ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী জিলাখনত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত আৰু এনকেফেলাইটছ সদূশ ৰোগত মুঠ চাৰিজনৰ মৃত্যু হোৱাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ এইসকলৰ দুজন জাপানীজ এনকেফিলাইটিছ ৰোগত আৰু আন দুজন এনকেফিলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছআৰু

৫ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰা অধ্যক্ষক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে

৫ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰা অধ্যক্ষক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে

কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ বিদ্যালয়ৰ অধ্যক্ষক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা । অধ্যক্ষগৰাকীৰ নাম ডেভিড ব্ৰাইট বসুমতাৰী । গোঁসাইগাঁৱৰ এখন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ আছিল ডেভিড । নিজ বিদ্যালয়ৰ পাঁচ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰিছিল অধ্যক্ষই । তাৰ পাছতে পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুটাকৈ

দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

দেওবাৰে গুৰুগ্ৰামত ধৰ্ষণৰ বলি হ’ল অসমৰ এগৰাকী যুৱতী ৷ অসমৰ পৰা দিল্লীত কাম কৰাৰ প্ৰলোভনৰে দিল্লী হৈ গুৰুগ্ৰামলৈ সৰবৰাহ কৰা হৈছিল যুৱতী গৰাকীক ৷ ৩০০০ হাজাৰ টকাত এজন যুৱকৰ হাতত যুৱতীগৰাকীক গতাই দিছিল দালাল চক্ৰই ৷ এই দালাল চক্ৰটোৰ নেতৃত্বত আছে অসমৰ পূজা আৰু মামনি নামৰ দুগৰাকী মহিলা ৷ সোমবাৰে

গোলাঘাটত নৈত বৰশীৰে মাছ ধৰিবলৈ গৈ সন্ধানহীন কিশোৰসহ এজন যুৱক

গোলাঘাটত নৈত বৰশীৰে মাছ ধৰিবলৈ গৈ সন্ধানহীন কিশোৰসহ এজন যুৱক

🔴 সন্ধানহীন গোলাঘাট ষ্টেচন ৰোডৰ বিকি বৰা আৰু মুকেশ প্ৰসাদ। 🔴 শুক্ৰবাৰে ধনশিৰি নদীত বৰশীৰে মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে দুয়োজন। 🔴 নদীৰ পাৰত এজোৰ চেণ্ডেল উদ্ধাৰকলৈ তীব্ৰচাঞ্চল্য। 🔴 দুয়োজনৰে সন্ধানত অভিযান চলায়ো বিফল এছডিআৰএফ বাহিনী।