-বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত বিছাৰ সন্ত্ৰাস 🔷 খেতি পথাৰ তহিলং কৰি ঘৰে ঘৰে সোমাইছে ৰঙা বিছা। 🔷 মৰাপাটৰ খেতি, ধাননি পথাৰ, দমকল, বিছনা, চকী সকলোতে বিছা। 🔷 বিছাৰ বাবে আঠুৱাৰ ভিতৰত সোমাই থাকিব লগা হৈছে অঞ্চলবাসী।
আজি দিনটোৰ বাবে শিৱসাগৰৰ জিলা আয়ুক্ত হ’ব এজন ছাত্ৰ বকতা মহখুটি চাহ বাগিচাৰ ভাগ্যদীপ ৰাজগড় হ’ব জিলা আয়ুক্ত। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজন বিশেষভাৱে হ’ব পুৰস্কৃত।
-এদিনৰ বাবে শিৱসাগৰ জিলাৰ আয়ুক্ত হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব এইজন ছাত্ৰই 🔘 বকতাৰ দেউৰিটিং চাহ বাগিচাৰ এজন শ্ৰমিকৰ পুত্ৰ তথা বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড় 🔘 অসম চৰকাৰৰ আৰোহণ আঁচনিৰ জড়িয়তে এই সুবিধা লাভ কৰিছে এই ছাত্ৰজনে
-আৰক্ষী-CRPF ৰ যৌথ অভিযানত আটক দুই UPFKLৰ সদস্য 🔶 আটক ৰাজেশ ফাংচ’ আৰু সঞ্জ্য ইংতি। 🔶 কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী আৰু CRPFএ অভিযান চলাই এখন এল্ট’ বাহনৰ পৰা জব্দ UPFKLৰ পেড, মাণাস্ত্ৰ, গোলা-বাৰুদ। 🔶 জব্দকৃত এল্ট’ বাহনখনৰ নম্বৰ AS01EF0152।
ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম-নীতি আছে। ঠিক তেনেকৈ ভাৰতৰ এখন গাঁও, য’ত বিদেশী মহিলাই সন্তান লাভৰ বাবে সেই গাঁওখনৰ স্থানীয় পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী নাগৰিক