ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা

ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা

উত্তৰ প্ৰদেশৰ অযোধ্যাত দ্ৰুতগতিত চলি আছে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ কাম। প্ৰথম মহলাৰ মন্দিৰ কমপ্লেক্সৰ অধিকাংশই সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৪০০ কেজিৰ তলা প্ৰস্তুত কৰিছে আলিগড়ৰ এগৰাকী বৃদ্ধ শিল্পীয়ে। ২০২৪ চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে মন্দিৰটো। হস্তনিৰ্মিত তলাৰ বাবে

ৰঙিয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহতো । নিশা স্থানীয় ৰাইজে পৰি থকা অৱস্থাত দেখা পাই ৰেল আৰক্ষীক খবৰ দিয়ে ৰাইজে । মৃত লোক জনৰ বয়স 25-30 বছৰ মান হব বুলি অনুমান কৰিব পাৰি । লোক জনৰ পৰিচয় এতিয়া লৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ

অবৈধ কয়লা খননৰ ভয়ংকৰ পৰিণামঃ ৩ দিন ধৰি অগ্নিকাণ্ড পাটকাই পাহাৰত

অবৈধ কয়লা খননৰ ভয়ংকৰ পৰিণামঃ ৩ দিন ধৰি অগ্নিকাণ্ড পাটকাই পাহাৰত

ক’লা হীৰাৰ অবাধ লুণ্ঠনৰ ফলশ্রুতিত ঐতিহাসিক পাটকাই পৰ্বত ইতিহাস হোৱাৰ দিশে গতি কৰিছে । সুদীৰ্ঘ কাল ধৰি জধে-মধে পাটকাইৰ বুকু ভেদি কয়লা আহৰণ কৰাত সম্প্ৰতি পাটকাইৰ জীৱ-বৈচিত্ৰ্যতা সমুলঞ্চে ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। চৰকাৰী পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে মাফিয়া চক্ৰৰ দপদপনিত এতিয়া পাটকাই পৰ্বতে উচুপি কান্দিছে । শ-শ জেচিবি, ফকলেনৰ হাতোৰাই পাটকাইৰ বক্ষ

শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী..

শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী..

পুনৰ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ আন এজন উপ-পৰিদৰ্শক। এইবাৰ গ্ৰেপ্তাৰ হ’ল উপ-পৰিদৰ্শক জয়ন্ত বৰা। জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ। নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰি চলাইছিল নিৰ্যাতন। ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ

৫ আগষ্টৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?

৫ আগষ্টৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?

মেষ ৰাশি: আজি সাৱধানে দিন অতিবাহিত কৰা উচিত। স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ ভাল কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে, সেয়েহে সাৱধান হ’ব। মনত ভয়ৰ অনুভৱ হ’ব। ভুল স্থানত ধন বিনিয়োগ নকৰিব। বৃষ ৰাশি: পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাব পাৰিব। ব্যৱসায় বৃদ্ধি