Guwahati 30 July: Free cancer awareness seminar and medical camp was held in Lions Eye Hospital Guwahati with support from Rotary Club Guwahati Luit, Chetna Ladies Club, and Lymphoma Support Group. Renowned Doctors of Fortis Healthcare were present on the occasion. Lymphoma Support Group of India, an organization of cancer survivors,
নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–সদৌ নগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ ব্যৱস্থাপনাত শনিবাৰে জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ পৰা সুখ্যাতিৰে
নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–নগাঁও জিলাৰ স্মৃতি বিজড়িত বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত আয়োজিত “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটিৰ যোৱা ৩০জুলাই,ৰবিবাৰে সামৰণি পৰে । উল্লেখ্য যে প্ৰায় ৩৫২বছৰ অতিক্ৰম কৰা থানখনৰ এই মহোৎসৱ উদযাপন অঞ্চলটোৰ লগতে ৰাজ্যখনৰ ভক্তিমাৰ্গ আৰু কৃষ্টি-সংস্কৃতি বিকাশৰ এক পৰম্পৰা আৰু প্ৰয়াসৰ বাবেই গৰখীয়া মহাপ্ৰভুৱে
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষীৰ উপ পৰিদৰ্শক যোৰহাট সদৰ থানা SI প্ৰণৱ নাথক গ্ৰেপ্তাৰ ২০ হাজাৰ টকা উৎকোচ লওঁতে গ্ৰেপ্তাৰ প্ৰণৱ নাথক
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কনকলতা CLFৰ বাৰ্ষিক অধিবেশন বৰালীমৰা পঞ্চায়তত অনুষ্ঠিত হয়, উপস্থিত থাকে খণ উন্নয়ন প্ৰকল্প বিষয়া হিৰণদীপ শইকীয়াঅসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কনকলতা CLFৰ বাৰ্ষিক আজি অধিৱেশনখন বৰালীমৰা গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয়।বিনু বৰা তালুকদাৰ সভাপতিত্ব অনুষ্ঠিত সভাত আঁত clf সম্পাদিকা সাবিত্ৰী দেৱীয়ে এই সভাত উপস্থিত থাকি