আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ। ছ’চিয়েল মিডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে। অতি ব্যয়বহুল এই ফ’নটো কিনিবলৈ মহিলাগৰাকীয়ে বিক্ৰী কৰি দিলে তেওঁৰ আঠমহীয়া পুত্ৰ সন্তানক। খবৰ অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ আৰ্থিক
শেহতীয়াকৈ গুৱাহাটীৰ সুক্ৰেশ্বৰ মন্দিৰত সংঘটিত এক ঘটনাৰ এটা ভিডিঅ’ই পুনৰ চৰ্চা লাভ কৰিছে। য’ত দেখা গৈছে যে এগৰাকী যুৱতীক হাফপেণ্ট পিন্ধাৰ বাবে এগৰাকী মহিলাই মন্দিৰ চৌহদৰ পৰা ঠেলি উলিয়াই দিছে। বোল বুম যাত্ৰাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই মন্দিৰত বহু লোকৰ ভিৰ হৈছে। আৰু ইয়াৰ সময়তে এই ধটনাটো সংঘটিত
আজিৰে পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলা। অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া।
গোলাঘাটত সংঘটিত নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু দোষীক ফাঁচি দিয়াৰ দাবীত বৃহস্পতিবাৰে দুই শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি চহৰখনৰ আকাশ-বতাহ কঁপাই তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে গোলাঘাটত উপস্থিত হৈ উক্ত নৃশংস হত্যাৰ বলি হোৱা লোক কেইজনৰ নিকট আত্মীয়ৰ ঘৰলৈ গৈ ঘটনাৰ বুজলৈ সমবেদনা জ্ঞাপন কৰি ওভতি যোৱাৰ পাছতে
লাভ জেহাদৰ বাবেই সংঘটিত হ’ল গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ। গোলাঘাটলৈ গৈ অংকিতা ঘোষক সান্ত্বনা আৰু ন্যায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে। ৰিমন বৰা বুলি ভুৱা পৰিচয় দি পলুৱাই নিছিল সংঘমিত্ৰা ঘোষক।