আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য। জম্মু-কাশ্মীৰত চাক টাপৰ ক্ৰী অঞ্চলত চলা আৰক্ষীৰ এক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত ২ ধৃতক গ্ৰেপ্তাৰ কৰে। উক্ত অঞ্চলটোৰ এখন গাঁৱৰ মাজৰে আহি থকা অৱস্থাত সদস্যৰ আচৰণবিধি সন্দৰ্ভত আৰক্ষীৰ সন্দেহ ওপজে। সেয়ে আৰক্ষীয়ে লোক দুজনৰ পৰিচয় সন্দৰ্ভত জানিবৰ বাবে চেষ্টা
সোণাপুৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ নকল সোণসহ নগদ ধন কৰিছে আৰক্ষীয়ে। তদুপৰি ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছে এজনক। আটকাধীন নকল সোণৰ ব্যৱসায়ী হ’ল চাহজাহান আলী। চাহজাহান আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩খন নকল সোণৰ বিস্কুট আৰু ৪২ হাজাৰ টকা। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীৰ
মণিপুৰৰ চান্দেল জিলাত ৩০১টা শিশু আৰু ২০৮গৰাকী মহিলাকে ধৰি ৭১৮গৰাকী ম্যানমাৰ নাগৰিকে প্ৰৱেশ কৰিছে বুলি সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে। ইপিনে, মণিপুৰত গোষ্ঠী সংঘাত এতিয়াও চলি আছে। মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ নাগৰিকসকলক ঘূৰাই পঠিয়াবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে। যোশীয়ে কয় যে চৰকাৰে
🔶 মৃত্যুক কেন্দ্ৰ কৰি ৰহাত উত্তপ্ত পৰিস্থিতি 🔶 গণপ্ৰহাৰত মৃত্যু ছাদ্দাম আলী নামৰ এজনৰ 🔶 ছাদ্দামৰ মৃত্যুৰ পিছতেই আঁহতগুৰিত তীব্ৰ উত্তেজনা 🔶 ঘটনা সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু আৰক্ষীৰ 🔶 ঘটনাস্থলীত উপস্থিত আইন-শৃংখলাৰ IGP প্ৰশান্ত ভূঞা
গুৱাহাটীৰ খানাপাৰা অঞ্চলস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ তথা চায়েন্স মিউজিয়াম হিচাপে পৰিচিত, ১৯৯৪ চনত উদ্বোধন হোৱাৰ পৰাই ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সাধাৰণ জনতাক আকৰ্ষণ কৰি আহিছে। সংগ্ৰহালয়টোৱে সাধাৰণ আৰু উৎসাহী জনসাধাৰণক পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু আমোদৰ জৰিয়তে বিজ্ঞান শিকিবলৈ এক সক্ষম মঞ্চ প্ৰদান কৰে। কিন্তু শেহতীয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অপব্যৱস্থাপনাৰ বাবে সংগ্ৰহালয়টোৰ চৌহদ এলেকাৰ