Advertisement
ডালচেনি চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

ডালচেনি চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছক একপ্ৰকাৰৰ ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে৷ পৰিণতিত ৰোগীৰ মৃত্যু ঘটে৷

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷

নিশা জখলাবন্ধাত STFৰ অভিযান

নিশা জখলাবন্ধাত STFৰ অভিযান

🔴নিশা জখলাবন্ধাত STFৰ অভিযান🔴অভিযানত উদ্ধাৰ জন্তুৰ দেহৰ কিছু অংশ🔴হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিঙসহ লাওখোলা উদ্ধাৰ🔴অভিযানত উদ্ধাৰ হৈছে বনৰৌৰ দেহৰ কিছু অংশও🔴জখলাবন্ধাৰ এটা ঘৰৰ পৰা উদ্ধাৰ সামগ্ৰীসমূহ🔴অভিযানত আটক কৰিছে ৫জনক

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান।

তিনিটাকৈ সন্তানক এৰি নিশাই নিৰুদ্দেশ হ’ল জানমণি…

তিনিটাকৈ সন্তানক এৰি নিশাই নিৰুদ্দেশ হ’ল জানমণি…

তিনিটাকৈ সন্তানক এৰি নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হ’ল জানমণি। মেৰাপানীৰ ভেলৌগুৰিৰ ২৭ বছৰীয়া জানমণি ওৰফে মল্লিকা চুলতানা আহমেদ যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us