এইবাৰ বাঢ়িল পিয়াঁজৰ দাম! বৃদ্ধি হৈছে ১০-১৫ টকা পৰ্যন্ত

এইবাৰ বাঢ়িল পিয়াঁজৰ দাম! বৃদ্ধি হৈছে ১০-১৫ টকা পৰ্যন্ত

প্ৰতিকিলোগ্ৰাম পিয়াঁজত ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে । বিগত ৪-৫ দিনৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ দাম । পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে জনসাধাৰণক । দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ

চাবুৱাৰ দধীয়াত অঘটন; ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক

চাবুৱাৰ দধীয়াত অঘটন; ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক

চাবুৱাৰ দধীয়াত অঘটন। ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক। সন্ধানহীন সুনীল মিপুন নামৰ লোকজন। নৈত নাও চলাই থকাৰ সময়তে এই অঘটন। সুনীল মিপুনৰ সন্ধানত NDRF বাহিনীৰ অভিযান।

লখিমপুৰত আৰক্ষীৰ গুলীচালনা; গুলীবিদ্ধ আনাৰুল ইছলাম

লখিমপুৰত আৰক্ষীৰ গুলীচালনা; গুলীবিদ্ধ আনাৰুল ইছলাম

লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই ঘটনা। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত ধৃত আনাৰুল। ককায়েক ছাদ্দাম হুছেইনৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান। আনাৰুলক লগত

আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ

আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ

আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ। জাবৰৰ দ’মৰ মাজত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ আদাবাৰী শংকৰ নগৰৰ নিৱাসী সিদ্ধাৰ্থ দাস বুলি চিনাক্ত। যুৱকজনৰ আনুমানিক বয়স হৈছে ৩০

ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল

ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল

ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ছাত্ৰ ৰজিমুল হুছেইন লস্কৰক হত্যা। ডিঙি কাটি হত্যা কৰিছিল মাদ্ৰাছাৰ শিক্ষক হাফিজ মউচিন ৰহমানে। আৰক্ষীৰ তদন্তত পোহৰলৈ এই ভয়ংকৰ তথ্য।

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us