মণিপুৰৰ বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ

মণিপুৰৰ বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ

মণিপুৰত সংঘটিত হোৱা বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে মে’ত সংঘটিত হোৱা এই হত্যাকাণ্ড আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ গোচৰ ১৮ মে’ৰ দিনা ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাছিল। আনকি এই অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ বাবে মণিপুৰ চৰকাৰে কোনো

গোলাঘাটৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ বহু ভয়ংকৰ তথ্য আহিছে পোহৰলৈ…

গোলাঘাটৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ বহু ভয়ংকৰ তথ্য আহিছে পোহৰলৈ…

গোলাঘাটৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ বহু ভয়ংকৰ তথ্য আহিছে পোহৰলৈ… বলপূৰ্বক বিবাহৰ পূৰ্বে সংঘমিত্ৰাক দুবাৰকৈ অপহৰণ কৰিছিল ঘাতক নাজিবুৰে। নাজিবুৰক ফাঁচীৰে দাবীৰে গোলাঘাট থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠীচালনাক লৈ জিলাখনত সৃষ্টি হৈছে উত্তেজনাৰ।

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–কাজিৰঙাৰ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত বৰষুণৰ পানী জমা হৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়ত ব্যৱস্থা ।মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ বহুকেইবাজন

বিশ্বৰ ৬০% লোক সামাজিক মাধ্যমত সক্রিয়: প্ৰতিবেদন

বিশ্বৰ ৬০% লোক সামাজিক মাধ্যমত সক্রিয়: প্ৰতিবেদন

সমগ্র বিশ্বৰ ৬০% তকৈ অধিক লোক সামাজিক মাধ্যমত সক্ৰিয় । এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে। ডিজিটেল পৰামৰ্শদাতা ফাৰ্ম কেপিয়ছে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বক সামাজিক মাধ্যমত ব্যস্ত থাকা লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত ৩.৭% বৃদ্ধি পাইছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৫১৯ কোটি,

এখন তিনি ফুটীয়া লোকৰ গাঁও, ক’ত আছে এইখন জানেনে?

এখন তিনি ফুটীয়া লোকৰ গাঁও, ক’ত আছে এইখন জানেনে?

পৃথিৱীত এনেকুৱা কিছুমান স্থান আছে যিবোৰ বিচিত্র ধর্মী। তেনে এখন গাঁও আছে চীনৰ চিচুৱান প্ৰদেশত । য়াংচী নামৰ এই গাঁওখনক বহুতে অভিশপ্ত বুলিও ক’ব খোজে। ইয়াৰ কাৰণ হ’ল গাঁওখনৰ লোক সকলৰ শাৰীৰিক উচ্চতা। গাঁওখনৰ কোনো এজন লোকৰে উচ্চতা তিনি ফুটতকৈ অধিক নহয়। আটাইতকৈ আচৰিত কথাটো হ’ল গাঁওখনৰ শিশুবোৰৰ উচ্চতা সাত