কোনে ধুনীয়া আৰু সুস্থ হʼব নিবিচাৰে! মেদবহুলতা থাকিলে শৰীৰত বহুতো জটিল ৰোগে বাহ লয়। গতিকে বহুতে সুস্থ হৈ থকাৰ স্বাৰ্থত সোনকালে ওজন কমাব বিচাৰে। বিশেষজ্ঞসকলৰ মতে, কেইসপ্তাহমানৰ ভিতৰত হঠাতে ওজন কমি যোৱা সম্ভৱ নহয়। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহু লোকে ব্যায়াম কৰিব নোৱাৰে। কিন্তু সঠিক জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসে অনায়াসে
সকলোৱে এখন সুখৰ পৃথিৱীৰ সপোন দেখে। ভাল চাকৰি, সুন্দৰ পৰিয়াল, লʼৰা-ছোৱালী– নিঃসন্দেহে এটা ‘হেপি ফ্ৰেম’। তথাপিও বিষাক্ত অভিভাৱকত্বৰ ছবি মাজে মাজে ওলাই আহে। শৈশৱৰ একাংশ ইয়াৰ বলি। পিতৃ-মাতৃৰ কাজিয়া (Parents fight), তেওঁলোকৰ বেয়া জীৱনে সন্তানক কিমান প্ৰভাৱিত কৰে (Affects the child)? বিষাক্ত অভিভাৱকে শিশুক আৱেগিক, সামাজিক আৰু সৰ্বোপৰি মানসিকভাৱে প্ৰভাৱিত
মচলা দিয়া, তেলত ভজা, সুগন্ধিৰে ভৰা বিভিন্ন সুস্বাদু খাদ্য খাই ভাল পায়নে আপুনি? নিশ্চয় এনেবোৰ খাদ্য খাই বেয়া পোৱাৰ কোনো কথাই নাহে। ৰাস্তাৰ কাষত সজাই থোৱা, দেখিলেই খাওঁ খাওঁ যেন লগা খাদ্য দেখিলে আমাৰ বহুতৰে জিভাৰ পানী পৰে। কিন্তু এনেবোৰ খাদ্য খাই গেষ্ট্ৰিকৰ সমস্যাত ভুগে বহুজন। কিন্তু গেষ্ট্ৰিকৰ সমস্যাৰ পৰা
ভাত কেইটা খাই বিচনাত উঠি সম্পূৰ্ণৰূপে শুই পৰিবলৈ আপোনাক কিমান সময় লাগে। বিজ্ঞানীৰ এক সমীক্ষা মতে এজন ব্যক্তি সম্পূৰ্ণ ৰূপে টোপনি যাবলৈ অতি কমে ৭মিনিট সময়ৰ প্ৰয়োজন হয়। আপুনি যদিও কেতিয়াবা তাতকৈ সোনকালে টোপনি যায় তথাপিও আপোনাৰ মস্তিষ্ক সম্পূৰ্ণ ৰূপে কেতিয়াও শুই নপৰে। লগতে আপুনি এটা আচৰিত কথা জানেনে, আপুনি
হাই হিল মহিলাসকলে বহুত ভাল পায়। এক গৱেষণা অনুসৰি, হাই হিল (High Heels Story) পিন্ধি মহিলাসকলে সমাজত স্থিতি প্ৰদৰ্শন কৰে। গৱেষণাত এইটোও কোৱা হৈছে যে যেতিয়া মহিলাসকলে হাই ছছাইটিত যায় তেতিয়া তেওঁলোকে হাই হিলছ (Origin of High Heels) পিন্ধিবলৈ পছন্দ কৰে। কিন্তু আপুনি জানেনে যে হাই হিল মহিলাৰ বাবে নহয়