মাজুলীত EYE FLUৰ ব্যাপক সংক্ৰমণ৷ EYE FLUৰ বাবে বন্ধ ঘোষণা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন বনগাঁও৷ ৩৫০ শিক্ষাৰ্থীৰ ভিতৰত EYE FLUত আক্ৰান্ত ২০০ শিক্ষাৰ্থী৷
চানমাৰিত চিলনী চোৰৰ সন্ত্রাস। চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন। শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।চানমাৰি উৰণ সেতুৰ তলত পুৱাই সংঘটিত এই চুৰিকাণ্ড।বাইকত অহা দুই যুৱকে কাঢ়ি
শ্বপিং মলত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বোৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে এজন যুৱকে। যুৱকজনে গোপনে ল’লে মহিলাৰ ভিডিঅ’। ভিডিঅ’ লোৱাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT কোম্পানীত কৰ্মৰত আছিল
অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক। চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক। ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ।
🔴১০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা হাফলঙৰ অভিযন্তা মনোজ শইকীয়াৰ ঘৰত উদ্ধাৰ ৪৫ লাখ ৫৪ হাজাৰ টকা উদ্ধাৰ🔴ডিমা হাচাওত CMVৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল মনোজ শইকীয়া