কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে মণিপুৰত এনে ঘটনা নহ’লহেতেন: ইৰম শৰ্মিলা

কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে মণিপুৰত এনে ঘটনা নহ’লহেতেন: ইৰম শৰ্মিলা

সেনাৰ অত্যাচাৰৰ বিৰোধিতা কৰি ১৬ বছৰলৈ খাদ্য গ্ৰহণ নকৰা মণিপুৰৰ মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলাই ৰাজ্যখনৰ ভয়ংকৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মণিপুৰৰ দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা ঘটনাৰ ওপৰত তেওঁ দুখ ব্যক্ত কৰে। তেওঁ কয় যে ভয়ংকৰ ঘটনাটোৰ অপৰাধীসকলক পেৰোল অবিহনে আজীৱন কাৰাদণ্ড দিয়া উচিত। ইৰম শৰ্মিলাই

মই দেশৰ হকে যুঁজ দিছিলো, কিন্তু পত্নীক ৰক্ষা কৰিব নোৱাৰিলোঃ মণিপুৰৰ ভুক্তভোগী মহিলাৰ স্বামী

মই দেশৰ হকে যুঁজ দিছিলো, কিন্তু পত্নীক ৰক্ষা কৰিব নোৱাৰিলোঃ মণিপুৰৰ ভুক্তভোগী মহিলাৰ স্বামী

মণিপুৰ কাণ্ডই সমগ্ৰ দেশক জোকাৰি যোৱাৰ লগতে বিশ্বৰ সন্মুখত দেশক লজ্জিত কৰিছে। দুই মহিলাক এচাম উদণ্ড মেইটে যুৱকে নগ্ন কৰি ৰাজপথত পেৰেড কৰে আৰু পৰৱৰ্তী সময়ত দলবদ্ধ ধৰ্ষণ কৰে। এই জঘন্য ঘটনাৰ ভুক্তভোগী এতিয়াও আশ্ৰয় শিবিৰত আছে। ইয়াৰে এগৰাকী ভুক্তভোগী মহিলাৰ স্বামী ইণ্ডিয়ান আৰ্মিত কৰ্মৰত আছিল। তেওঁ অসম ৰেজিমেন্টৰ এজন

দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যা

দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যা

ভাৰতত জন্মগত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভাৰতত প্ৰতি ১০০০ শিশুৰ বিপৰীতে ১০ টাকৈ শিশু হৃদৰোগত আক্ৰান্ত। যেতিয়া পিতৃ-মাতৃয়ে নিজৰ সন্তান জন্মগত হৃদৰোগত আক্ৰান্তৰ কথা গম পাই তেতিয়া আক্ষৰিক অৰ্থতে এক দুঃস্বপ্ন যেন হৈ পৰে। জন্মগত হৃদৰোগ সহজ বা জটিলো হ’ব পাৰে। এই ৰোগত আক্ৰান্ত কিছু শিশুৰ অৱস্থা ইমানেই

সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে জনায় যে মঙলবাৰে তৃতীয় কক্ষপথ পৰিবৰ্তন প্ৰক্ৰিয়া সফলতাৰে সমাপ্ত কৰি চন্দ্ৰযান-৩ য়ে চতুৰ্থ কক্ষপথ অতিক্ৰম কৰিছে। পৃথিৱীৰ মাধ্যাকৰ্ষণীয় টান অতিক্ৰম কৰি চন্দ্ৰৰ পথলৈ যাবলৈ চন্দ্ৰযানে বহু শক্তি সঞ্চয় কৰিবলগীয়া হব। সেই কাম ই বৃত্তাকাৰ গতিৰ জৰিয়তে কৰি আছে। পাঁচবাৰকৈ কক্ষপথ সলনি কৰি পৃথিৱীৰ টান কাটি