■বৰক্ষেত্ৰী লাৰকুছিত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত । ■যিকোনো মহূৰ্তত চিঙিব পাৰে মথাউৰি। ■নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ পেৰাধৰা লাৰকুচিত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকিত হৈ পৰিছে হেজাৰ হেজাৰ লোক। ■মথাউৰিৰ গৰাখহনীয়াৰ ফলত জাহ গ’ল বাসগৃহ-মথাউৰি৷ ■উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা ঠিকাদাৰৰ হেমাহিৰ ফলতেই বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে স্থানীয় লোকসকলে। ■খহনীয়াস্থলীত বৰক্ষেত্ৰী
ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক। চুলুং আৰক্ষী তহলদাৰি চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱ নাথ ৰ নেতৃত্বত এটা দলে এক গোপন সুত্ৰৰ পম খেদি ২৮টা কন্টেনাৰ, এখন স্কুটিসহ ১নং বৰঘূলী আব্দুল শ্বাহিদ নামৰ ব্যক্তি জনক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কৰা স্কুটি খনৰ নম্বৰ হল AS -12- AF- 1524। সৰবৰাহ
গোৱালপাৰা জিলাৰ শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰত আজি জিলা বন প্ৰাধিকাৰী তেজস্বী মোস্বামীৰ নিৰ্দেশ মৰ্মে এক অতৰ্কিত অভিযান চলে আৰু এই অভিযানত অবৈধ কাঠমিল এটা উচ্ছেদৰ উপৰি কেবালাখ টকা মূল্যৰ মূল্যবান গছৰ কুণ্ডা আৰু ফলা কাঠ জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটিয়ে |ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া খলিলুৰ ৰহমানৰ
সনাতন ধৰ্মত কপালত তিলক বা ফোট লগোৱাটো বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কপালত তিলক লগালে ইতিবাচকতা আনে আৰু ৰাশিফলত উপস্থিত অগ্নিময় গ্ৰহবোৰ শান্ত হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণ দিনত বা যিকোনো বিশেষ উৎসৱত বিভিন্ন ধৰণৰ তিলক ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত চন্দন কাঠৰ তিলক আটাইতকৈ উপকাৰী বুলি বিবেচিত হৈছে।
নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই:–ৰাজ্যখনৰ ভিতৰতে অন্যতম পুৰণি তথা সম্ভ্ৰান্ত ক্ৰীড়া সংগঠন “নগাঁও ক্রীড়া সংস্থা”ৰ বাৰ্ষিক সাধাৰণ সভাখন ৰবিবাৰে জ্যেষ্ঠ উপ সভাপতি তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । নগাঁও স্প’ৰ্টছ ক্লাৱ পেভিলিয়নত অনুষ্ঠিত এই সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ উপৰিও আগন্তুক চাৰি বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা