কোনো এজন ব্যক্তি হয়তো এনে নাই যিয়ে ধনপ্ৰাপ্তিৰ ইচ্ছা নকৰে। সকলোৱে এইটোৱেই বিচাৰে যাতে তেওঁৰ ওচৰত ইমান ধন হওক ,তেওঁৰ মনৰ সকলো ইচ্ছা যাতে পূৰণ হব পাৰে( Assamese Fact )। অন্তত ইমান নহলেও যাতে জীৱনটো ভালদৰে যাপন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন হোৱাটো বিচাৰে। কিছুমান লোকে ধন ঘটিবলৈ ভাল পথ বাছি
শাওন মাহটি শাস্ত্র অনুসাৰে, ভগৱান শিৱৰ অতিকে প্ৰিয় মাহ।যি ভক্তই এই মাহত, মহাদেৱৰ স্তুতি আৰু ভক্তি কৰে, তেওঁলোকৰ ওপৰত মহাদেৱৰ কৃপা অতি সোনকালে পৰে।( Religious Studies ) এই প্ৰৱিত্ৰ শাওন মাহত, দানৰো অধিক মহত্ব আছে। হিন্দু শাস্ত্ৰত দানক বহুতো উচ্চ স্থান দিয়া হৈছে। প্ৰসন্ন পূৰ্ণ ভাৱে কৰা দানৰ ফল পোৱা
ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল আজি ঘোষণা কৰা হয়। গৌৰৱৰ কথা যে দ্বিতীয় স্থানত থাকে অসম সন্তান। ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল অনুসৰি চলিত বৰ্ষত ২৯ গৰাকী প্রাৰ্থী তথ্য সেৱাৰ বাবে নিৰ্বাচিত হয়। তালিকাৰ দ্বিতীয় স্থানত থাকে অসমৰ বিদ্যাসাগৰ তালুকদাৰ। আনহাতে, অসমৰ অনুমিতা দাস তালিকাৰ চতুৰ্দশ স্থানত থাকে।
কিছুমানে জ্যোতিষত বিশ্বাস কৰে আন কোনোৱে বিশ্বাস নকৰে। কিন্তু কোৱা হয় যে আমাৰ ৰাশিৰ ওপৰত গ্ৰহৰ প্ৰভাৱ নিৰ্ভৰ কৰে। এই প্ৰভাৱৰ বাবে কিছুমান ৰাশিৰ যদি ভাল ফল পোৱা যায়, তেন্তে আন কিছুমান ৰাশিয়ে বেয়া ফলাফল পায়। (প্ৰতীকী ছবি) জ্যোতিষ শাস্ত্ৰত ১২ টা ৰাশি আৰু ২৭ টা নক্ষত্ৰৰ কথা উল্লেখ আছে।
অকল অসমতে নহয় সমগ্ৰ দেশতে খাদ্যৰ লগত কেঁচা পিয়াঁজ খায় মানুহে। কিন্তু কেঁচা পিঁয়াজ খোৱাটো স্বাস্থ্যসন্মত জানো? ইয়াৰ ফলত শৰীৰৰ কি হয়? পুষ্টিবিদসকলে কি কয় জানো আহকঃ কেঁচা পিঁয়াজত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে। পিঁয়াজত কোৱাৰচেটিন আৰু জৈৱিক চালফাৰ থাকে। শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ফলত