Advertisement
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন,স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন,স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত জম্মুৰ পৰা শ্ৰীনগৰলৈ অমৰনাথ যাত্ৰা স্থগিত। জম্মু-শ্ৰীনগৰ ঘাইপথৰ মাৰাং ৰাম্বান অঞ্চলত ভূমিস্খলন। ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ জম্মু-কাশ্মীৰৰ ট্ৰেফিক আৰক্ষীৰ।

সামাজিক মাধ্যমত বৃদ্ধি পাইছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ জনপ্ৰিয়তা…

সামাজিক মাধ্যমত বৃদ্ধি পাইছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ জনপ্ৰিয়তা…

২০১৪ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে সংসদৰ অনাস্থা প্ৰস্তাৱত বলিষ্ঠ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মণিপুৰক লৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ

দেৰগাঁৱত দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল যুৱকৰ

দেৰগাঁৱত দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল যুৱকৰ

মঙলবাৰে পুৱাই দেৰগাঁৱৰ সমীপৱৰ্তী বৰুৱাগাঁৱৰ কাকতি চুকত সংঘটিত হয় এক কৰুণ ঘটনা । দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল অনুপম ভৰালী নামৰ এজন যুৱকৰ। প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে প্ৰতিদিনা যোৱাৰ

মহানগৰীত পুনৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলী, গুলীবিদ্ধ আমিৰ আলী নামৰ চোৰটো

মহানগৰীত পুনৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলী, গুলীবিদ্ধ আমিৰ আলী নামৰ চোৰটো

🔵 পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা, সোণাপুৰৰ আমচিঙত সংঘটিত হৈছে এই ঘটনা 🔵 ভৰিত গুলী লাগিছে আমিৰ আলীৰ, সম্প্ৰতি GMCHত চিকিৎসাধীন চিলনী চোৰটো

‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

কমল কুমাৰ মেধিক আপৰ পৰা নিলম্বনক লৈ কামৰূপ মহানগৰ দেৱানী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়৷ ‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিছে আদালতে ৷ ইয়াৰ পিছতে কমল কুমাৰ মেধিয়ে

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us