মহানগৰীৰ হাতীগাঁৱত দুটি শিশুক যৌন নির্যাতন চলোৱা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। একেটা চৌহদতে ভাৰাতীয়া হিচাপে থকাৰ সুযোগ লৈ দুটি শিশুক শুকুৰ আলীয়ে প্রায় এমাহ ধৰি যৌন নির্যাতন চলাই আহিছিল।
ৰাজপথত চেইন-মোবাইল থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা চোৰৰূপী যুৱতীগৰাকী অৱশেষত আজি আৰক্ষীৰ জালত পৰে। পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী ৰুঞ্জুমা বেগম। উল্লেখ্য যে কিছুদিন পূৰ্বে গান্ধীবস্তি পথত মোবাইল চুৰি কৰি পলায়ন
মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মঙলবাৰে দুৰ্বৃত্তই ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্রক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল। ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ টকা দাবী কৰিছিল দুৰ্বৃত্তই। কিন্তু বুধবাৰে মৃতদেহ
পুনৰ আন এক কুলাংগাৰ পুত্ৰৰ কাণ্ড পোহৰলৈ আহিছে । ঘটনাৰ স্থান তীৰ্থনগৰী হাজোৰ বামুন্দীৰ শিলিগুৰিৰ । ৮০বছৰীয়া বৃদ্ধ পিতৃক নিৰ্যাতনৰ অভিযোগ উঠিছে সুৰেশ দাস নামৰ লোকজনৰ বিৰুদ্ধে । অসম আৰক্ষীৰ
বিশেষ ভাৱে সক্ষম, প্ৰতিভাৱান হোৱাৰ উপৰিও মানসিক ভাৱে সবল, দৃঢ মনৰ অধিকাৰী হলেও আৰ্থিক দুৰ্বলতাৰ বাবেই স্হবিৰ হয় জীৱন ৷ কিন্তু মানসিক প্ৰফুল্লতাই মানুহক উৎফুল্লিত কৰি ৰাখে আৰু এই উৎফুল্লতাই